কবিতা

নামটো বৰ অদ্ভুত

বহু আপোন যেন কিয় লাগে?

মোৰ গোটেইখন যেন আগুৰি আছে

সেই উচালমৰা মৰমেৰে।
জৱা পাহৰ দৰে প্ৰান খুলা 

হাঁহি তোমাৰ আছে জানো ?

শালিকাৰ দৰে বন্ধুত্ব

তোমাৰ আছেনে? 
কবিতা তুমি উত্তৰ দিয়া 

আতৰি নাযাবা। 
বহু ৰঙিয়া জীৱনত

ৰং ঢলা নদী তইনো ক লৈ যাৱ 

মৰিচিকাৰ শিৰোনামা তুমি।। 
মাথো দুটি উত্তৰৰ মাজেৰে 

আকৌ এবাৰ উভতি আহা 

কবিতা।। 

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s