নদীত হয়তো ঢৌ নাই।
কুঁৱলীত হয়তো সংবেদনশীলতা নাই।
ফুলত হয়তো মৌ নাই।
বৰষুণত হয়তো মায়া নাই।
এন্ধাৰত হয়তো নিৰ্জনতা নাই।
মৃত্যুৰ হয়তো প্ৰাণ নাই।
মোৰ কবিতাৰ হয়তো নতুনত্ব নাই।
কিন্তু মোৰ কথাত তোমাৰ জানো বিশ্বাস নাই?
প্ৰেৰণাৰ জানো ফলাফল নাই?
সপোন দেখাৰ জানো অনুমতি নাই?
জীৱনৰ বাটত সকলোৱে উজটি খাই
নুৰ নজিবুৰ ৰহমান (c)
Hilai diso bhai
LikeLike